২৬ জুন MmUu yte Ff VvLCcmb
| জুন | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ||||||
| ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
| ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
| ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
| ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
| ৩০ | ||||||
| ২০১৯ | ||||||
২৬ জুন (ইংৰাজী: 26 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৭তম (অধিবৰ্ষত ১৭৮তম) দিন। বছৰ শেষ হ'বলৈ ১৮৮ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৯৪৯ চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰি কাকত " নতুন অসমীয়া " প্ৰকাশ হৈছিল ।
- ভাৰতৰ বিখ্যাত সংগীত কোম্পানী এইচ এম ভিৰ হৈ দীপালী বৰঠাকুৰৰ " সোণৰ খাৰু নালাগে মোক " গীতটিৰ বাণীবন্ধন হয় ১৯৬২ চনৰ আজিৰ দিনটোতে ।
- ২০১১ চনৰ আজিৰ দিনটোতে ডাইনী সন্দেহত মোনাবাৰী চাহ বাগিচাত কিশোৰী সহ ৪ জনক হত্যা কৰা হয় আৰু লক্ষীমপুৰটো ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক হত্যা কৰা হয় ।
- অসমত পৰিবেশ বিশ্ববিদ্যালয় লাগে বুলি ৰাজ্যৰ সকলো প্ৰান্তত ধৰ্না কাৰ্যসূচী পালন কৰে ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহে ২০১১ চনৰ আজিৰ দিনটোতে ।
- আজি নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ মৃত্যু তিথি (২০০১ বৰ্ষ) ৷
- পেৰিছত হেলিকপ্তাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল ১৯৩৫ বৰ্ষৰ আজিৰ দিনটোতে ৷